অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

দৰং ৰ ধূলা আৰক্ষী ৰ অভিযানত ৫৪.৮৭ কিলোগ্ৰাম ওজনৰ নিষিদ্ধ গাঞ্জা জব্দ

On: December 13, 2025 11:07 AM
Follow Us:
---Advertisement---
দৰং ৰ ধূলা আৰক্ষী ৰ অভিযান
ধূলা ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধূলা আৰক্ষী থানা ৰ সন্মুখত নাকা পৰীক্ষা কৰি এখন গাড়ীৰ (AS01EL0750 ) পৰা মুঠ ৫৪.৮৭ কিলোগ্ৰাম ওজনৰ নিষিদ্ধ গঞ্জা জব্দ কৰে
গাড়ীখন ৰৌতা ৰ পৰা গুৱাহাটী অভিমুখে গৈ থাকোঁতে ধূলা ত নাকা পৰীক্ষা কৰি জব্দ কৰে নিষিদ্ধ গাঞ্জা
গাড়ীখন ৰ ডিকিৰ পৰা সন্দেহযুক্ত গাঞ্জাৰ মুঠ ১১ বেগ নিষিদ্ধ গাঞ্জা উদ্ধাৰ কৰা হয়
ঘটনা স্থলীৰ পৰা আৰক্ষীয়ে এখন বাহন , সন্দেহযুক্ত গাঞ্জাৰ ১১ টা পেকেট আৰু তিনিটা মোবাইল হেণ্ডছেট জব্দ কৰে।
ঘটনা স্থলী পৰা আৰক্ষীয়ে ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত সৰ্বহেৰোৱা গাঁওৰ শৰ্মা বড়ো আৰু নব্যৱৰ বড়ো ক আটক কৰে
আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment