অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

ভক্তিৰসত বুৰ গৈছে সমগ্র নীলাচল | মাৰ আশীৰ্বাদ বিচাৰি পদব্রজে শক্তিপীঠলৈ ভক্তৰ যাত্রা

On: June 23, 2026 10:43 AM
Follow Us:
ambubachi mela 2026 kamakhya temple nilachal
---Advertisement---

ভক্তিৰসত বুৰ গৈছে সমগ্র নীলাচল। গুৱাহাটীৰ নীলাচল পৰ্বতত অৱস্থিত বিশ্ব বিখ্যাত শক্তিপীঠ মা কামাখ্যা মন্দিৰৰ চাৰিওফালে এতিয়া ভক্তিৰ জোৱাৰ বৈ আছে। অম্বুবাচী মেলাৰ আগমনীয় সময়ত হাজাৰ হাজাৰ ভক্ত, সাধু-সন্ন্যাসীয়ে পদব্রজে মাৰ দৰ্শনলৈ আহিছে। মাৰ আশীৰ্বাদ বিচাৰি তেওঁলোকৰ এই যাত্রাই সমগ্র নীলাচলক ভক্তিৰসত প্লাৱিত কৰি তুলিছে। জয় মা কামাখ্যা!

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment