অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত চলি থকা নিৰ্যাতনক আমেৰিকাৰ বিধায়িকা জেনিফাৰ ৰাজকুমাৰৰ গৰিহণা

On: December 24, 2025 8:06 AM
Follow Us:
---Advertisement---

বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত চলি থকা নিৰ্যাতনক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে নিউয়ৰ্ক ৰাজ্যিক বিধানসভাৰ সদস্যা জেনিফাৰ ৰাজকুমাৰে। শেহতীয়াকৈ বাংলাদেশৰ ময়মনসিংহত দিপু চন্দ্ৰ দাস নামৰ এজন ২৫ বছৰীয়া হিন্দু যুৱকক উন্মত্ত বাংলাদেশী মুছলমানে মৰিয়াই মৰিয়াই জীৱন্তে জ্বলাই হত্যা কৰা ঘটনাক তেওঁ এক “ভয়াবহ অপৰাধ” বুলি অভিহিত কৰে।

এক বিবৃতিত ৰাজকুমাৰে কয় যে এই ঘটনা বাংলাদেশত চলি থকা ধৰ্মীয় নিৰ্যাতন আৰু লক্ষ্যভিত্তিক হিংসাৰ এক দুৰ্ভাগ্যজনক অংশ। তেওঁ উল্লেখ কৰে যে আগষ্ট ২০২৪-ৰ পৰা জুলাই ২০২৫-ৰ ভিতৰত সংখ্যালঘুৰ বিৰুদ্ধে ২,৪০০-তকৈ অধিক হিংসাত্মক ঘটনা সংঘটিত হৈছে আৰু ১৫০ তকৈ অধিক মন্দিৰ ভাঙি পেলোৱা হৈছে।

বিধায়িকা গৰাকীয়ে কয়, “কুইন্সৰ পৰা আৰম্ভ কৰি বিশ্বৰ বিভিন্ন প্ৰান্তত থকা আমি সকলোৱে বাংলাদেশৰ হিন্দুসকলৰ যন্ত্ৰণা আৰু অনিশ্চয়তা অনুভৱ কৰিছো।” তেওঁ বাংলাদেশ চৰকাৰক সংখ্যালঘুসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু মানৱ অধিকাৰ ৰক্ষা কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে ১২ টাক গ্ৰেপ্তাৰ কৰা হৈছে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Read More

A collage showing international news highlights including Pakistan-Afghanistan conflict, WEF logo, and Google AI Nano Banana 2.

বিশ্ব সংবাদ: পাকিস্তান-আফগানিস্তান যুদ্ধ, জেনেভা বৈঠক, WEF কেলেংকাৰী, ব্ৰিটেইনৰ নিৰ্বাচন আৰু গুগলৰ নতুন AI

Ukraine peace talks Geneva and US military plane crash Philippines

জেনেভাত ইউক্ৰেইন শান্তি আলোচনা, জাৰ্মান চ্যান্সেলৰৰ চীন ভ্ৰমণ আৰু বিল গেটছৰ ক্ষমা প্ৰাৰ্থনা: ৫ টা শীৰ্ষ আন্তৰ্জাতিক খবৰ

PM Modi Israel Visit and National Arogya Mela 2026 collage

মোদীৰ ইজৰাইল ভ্ৰমণ, কেৰালা হ’ল ‘কেৰালাম’, দেশজুৰি HPV টিকাকৰণ আৰু ৰাষ্ট্ৰীয় আৰোগ্য মেলা ২০২৬: আজিৰ শীৰ্ষ খবৰ

Global news updates including US Bomb Cyclone, Iran Tension and Mexico Cartel Violence.

আমেৰিকাত বম চাইক্ল’নৰ তাণ্ডৱ, ইৰাণৰ সৈতে উত্তেজনা, মেক্সিকৌত ড্ৰাগছ যুদ্ধ আৰু কিম য়’ জঙৰ নতুন ক্ষমতা লাভ

Collage of international news including Mexico drug cartel and US Iran tension

মেক্সিকত এল মেনচোৰ মৃত্যু, আমেৰিকা-ইৰাণ যুদ্ধৰ উত্তেজনা আৰু বিশ্বৰ ৫টা গুৰুত্বপূৰ্ণ খবৰ

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ, আমেৰিকাৰ নিৰ্বাচন আৰু AI সন্মিলনৰ কোলাজ।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ চতুৰ্থ বৰ্ষপূৰ্তি, আমেৰিকাৰ নিৰ্বাচন, WHO মহামাৰী সন্ধি, AI নিয়ন্ত্ৰণ আৰু আমাজন সংৰক্ষণৰ শেহতীয়া খবৰ

Leave a comment