অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

২০২৫ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা ঘোষণা: অসমৰ দেৱব্ৰত দাস আৰু সহাইচুলি ব্ৰহ্মলৈ সন্মান

On: March 18, 2026 12:31 PM
Follow Us:
সাহিত্য অকাডেমী বঁটা ২০২৫ লাভ কৰা অসমৰ দেৱব্ৰত দাস আৰু সহাইচুলি ব্ৰহ্ম
---Advertisement---

২০২৬ চনৰ ১৬ মাৰ্চত সাহিত্য অকাডেমীয়ে ২০২৫ বৰ্ষৰ বাবে ইয়াৰ বাৰ্ষিক বঁটাসমূহ ঘোষণা কৰিছে।
অসমৰ বাবে অতি গৌৰৱৰ বিষয় যে এইবাৰো ৰাজ্যৰ দুগৰাকী বিশিষ্ট সাহিত্যিকে সাহিত্য অকাডেমীয়ে ২০২৫ বৰ্ষৰ এই মৰ্যাদাপূৰ্ণ বঁটা লাভ কৰিছে ।
লেখক দেৱব্ৰত দাসক তেওঁৰ উপন্যাস ‘কড়ি খেলাৰ সাধু’ (Karhi Khelar Sadhu) -ৰ বাবে ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে।
বড়ো সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে লেখিকা সহাইচুলি ব্ৰহ্মক তেওঁৰ উপন্যাস “Dwngnwi Lama Mwnse Gathwn”-ৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে।
২৪ টা ভাষাৰ সাহিত্যিক সকললৈ আগবঢ়োৱা হৈছে এই বঁটা ।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment