অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

ডিব্ৰুগড় জিলা আৱৰ্ত্ত ভৱনলৈ ফুড চেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ স্বীকৃতি

On: December 14, 2025 11:07 AM
Follow Us:
---Advertisement---

ডিব্ৰুগড় জিলা আৱৰ্ত্ত ভৱনলৈ ফুড চেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া(FSSAI) ই 4 ষ্টাৰ মূল্যায়ন প্ৰদান কৰিছে যিয়ে Eat Right Campus হিচাপে স্বীকৃতি লাভ কৰি ৰাজ্যখনৰ দ্বিতীয়খন ৰাজধানীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। । অসমৰ প্ৰথম আৰু একমাত্ৰ আৱৰ্ত্ত ভৱন হিচাপে এই স্বীকৃতি প্ৰমাণপত্ৰ লাভ কৰিছে। FSSAIৰ নেতৃত্বত ‘Eat Right Campus’ ৰ লক্ষ্য হৈছে সমগ্ৰ দেশৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়, কৰ্মক্ষেত্ৰ, চিকিৎসালয়, চাহ বাগিচা আদি কেম্পাছত নিৰাপদ, স্বাস্থ্যসন্মত আৰু বহনক্ষম খাদ্যৰ প্ৰচাৰ কৰা। এই মূল্যায়নৰ মূল উদ্দেশ্য হৈছে মানুহৰ স্বাস্থ্য উন্নত কৰা আৰু জাতিটোৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ প্ৰসাৰ কৰাটো।
সকলো নাগৰিকে নিৰাপদ, স্বাস্থ্যসন্মত আৰু বহনক্ষম খাদ্য নিশ্চিত কৰাৰ উদ্দেশ্যে এই ব্যবস্থা গ্ৰহণ কৰিছে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment