বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী বৰাক উপত্যকাৰ ভূমিত ইতিমধ্যে উপস্থিত হৈছে।
মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁক সম্ভাষণ জনায়।
Hon’ble Prime Minister Shri Narendra Modi has arrived in Barak Valley to inaugurate a series of transformative development projects set to accelerate the region’s growth story.
Hon’ble Chief Minister Dr Himanta Biswa Sarma extended a warm welcome, marking the beginning of a significant day for infrastructure expansion and prosperity in the region.












