অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

ছয় জনগোষ্ঠীক এছ টি মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱৰ বিৰোধিতা

On: December 5, 2025 5:37 PM
Follow Us:
---Advertisement---

শুক্ৰবাৰে বৰাক উপত্যকা যুটীয়া ট্ৰাইবেল ফ’ৰামে অসমৰ ছটা জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ অধ্যক্ষলৈ এখন গুৰুত্বপূৰ্ণ স্মাৰক পত্ৰ দাখিল কৰে। আজি শিলচৰত কাছাৰ জিলা আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰক পত্ৰখনত টাই আহোম, চুতীয়া, কোচ-ৰাজবংশী, মটক, মৰাণ আৰু চা-জনজাতি (জনজাতি) জনগোষ্ঠীক এছ টি তালিকাত অন্তৰ্ভুক্ত কৰাৰ তীব্ৰ বিৰোধিতা প্ৰকাশ কৰিছে। আজি চহৰৰ ডিমাছা সাংস্কৃতিক পৰিষদৰ কাৰ্যালয়ৰ পৰা এখন সমদল উলিয়াই কাছাৰ জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ স্মাৰকপত্ৰ প্ৰদান কৰে তেওঁলোকে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment