অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

দৰং জিলাত বুধবাৰে প্ৰশাসনৰ উদ্যোগত এখন বিশেষ সভা অনুষ্ঠিত হয়

On: December 3, 2025 7:49 PM
Follow Us:
---Advertisement---

অসম আন্দোলনৰ শ্বহীদৰ স্মৃতি ৰোমন্থন কৰি অহা ১০ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া শ্বহীদ দিৱস লগতে ড০ ভূপেন হাজৰিকা দেৱৰ কালজয়ী গীত’ শ্বহীদ প্ৰণাম তোমাক ‘ সমূহীয়াভাবে পৰিবেশনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰাৰ অৰ্থে ছবছৰীয়া বিদেশী বহিস্কাৰ আন্দোলনৰ উৎপত্তিৰ স্হান দৰং জিলাত বুধবাৰে প্ৰশাসনৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতীৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়া সকলৰ লগতে আমন্ত্ৰিত বিশিষ্ট নাগৰিক সকল উপস্থিত থাকে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment