অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

চতিয়াৰ চলাহলাত অৱস্থিত মূলাগাভৰু মৈদামৰ উপাসনাস্থলীৰ আধাৰশিলা স্থাপন

On: December 17, 2025 10:00 AM
Follow Us:
---Advertisement---

চতিয়াৰ চলাহলাত অৱস্থিত মূলাগাভৰু মৈদামৰ উপসনাস্থলীৰ কালি আধাৰশিলা স্থাপন কৰা হয় ।
মূলা গাভৰুৰ মৈদামে আজিও প্ৰতিফলিত কৰি আছে অসমীয়া নাৰীৰ শক্তি আৰু স্বাভিমান । মূলা গাভৰুৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ অসম চৰকাৰৰ আনটাইড পুঁজিৰ অধীনত ৪০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বুৰঞ্জী প্ৰসিদ্ধ মূলাগাভৰু মৈদামৰ উপাসনাস্থলীৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই । চতিয়াৰ চলাহলাত অৱস্থিত মূলাগাভৰু মৈদামৰ উপসনাস্থলী নিৰ্মাণৰ পিছত নদুৱাৰবাসী ৰাইজৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ তথা দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি হ’ব বুলি দৃঢ় বিশ্বাসী বিধায়ক গৰাকীয়ে ।

3693 চতিয়াৰ চলাহলাত অৱস্থিত মূলাগাভৰু মৈদামৰ উপাসনাস্থলীৰ আধাৰশিলা স্থাপন
3692 চতিয়াৰ চলাহলাত অৱস্থিত মূলাগাভৰু মৈদামৰ উপাসনাস্থলীৰ আধাৰশিলা স্থাপন

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment