অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

চাবুৱা চাহ বাগিচাত এইডছ নিয়ন্ত্ৰণ ​​সজাগতা কাৰ্যসূচী

On: November 30, 2025 1:04 PM
Follow Us:
---Advertisement---

ডিব্ৰুগড়:২৯ নৱেম্বৰ

আগন্তুক “বিশ্ব এইডছ দিৱস” উপলক্ষে আজি ডিব্ৰুগড় জিলাৰ চাবুৱা চাহ বাগিচাত এক ​​সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত চাহ বাগিচাৰ বাসিন্দা বিশেষকৈ যুৱকক জড়িত কৰি এইচ আই ভি এইডছ (HIV AIDS) সম্পৰ্কে গণ সজাগতা সৃষ্টি কৰা হয়। এই সজাগতা কাৰ্যসূচীত চাবুৱা চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক কৃষানু ডেকা, চাবুৱা আৰ এইচ আৰ চি(RHRC) মুখ্য চিকিৎসা বিষয়া ডাঃদেবাশীষ সেনগুপ্ত, পানীতোলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ কল্পনা বৰুৱা আৰু জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া ডাঃ ৰবি বৰুৱা উপস্থিত থাকে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment