অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

নিৰ্মলা সীতাৰমন আৰু হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত একেলগে উদযাপন কৰিলে ১২তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

On: June 21, 2026 11:59 AM
Follow Us:
নিৰ্মলা সীতাৰমন আৰু হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ১২তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত যোগাসন কৰি
---Advertisement---

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ সৈতে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ উজান বজাৰৰ ব্ৰহ্মপুত্ৰ নদীপাৰ সতী ৰাধিকা শান্তি উদ্যানত ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসমে আয়োজন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment