কিছুমুহূৰ্ত পূৰ্বে গুৱাহাটীত উপস্থিত হোৱা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীক মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিমান বন্দৰত আদৰণি জনায়।
এই ভ্ৰমণকালত মাননীয় প্ৰধানমন্ত্ৰীয়ে কেইবাহাজাৰ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ শুভ উদ্বোধন তথা ভূমিপূজন কৰিব।
Prime Minister Narendra Modi Arrives in Guwahati for Two-Day Assam Visit | Major Projects Launch
By WPN Report
On: March 13, 2026 5:17 PM

---Advertisement---











