অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

15th Assam Legislative Assembly Begins Final Budget Session Today

On: February 16, 2026 12:02 PM
Follow Us:
15th Assam Legislative Assembly final Budget Session 2026 begins with Governor address
---Advertisement---

পঞ্চদশ অসম বিধান সভাৰ অন্তিম বাজেট অধিৱেশন ২০২৬ আৰম্ভ

আজি পঞ্চদশ অসম বিধান সভাৰ অন্তিম বাজেট অধিৱেশন

চাৰিদিনীয়াকৈ অনুষ্ঠিত হব এইবাৰৰ অধিবেশন

আজিৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ চলিব এইবাৰৰ অধিবেশন

ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’ব বিধান সভাৰ বাজেট অধিৱেশন

অধিবেশনৰ দ্বিতীয় দিনটোত সদনত উত্থাপন হ’ব আগন্তুক বিত্তীয় বৰ্ষৰ লেখানুদান

বিধান সভাৰ সমাগত নিৰ্বাচনৰ বাবে পূৰ্ণাংগ বাজেটৰ সলনি উত্থাপন হ’ব লেখানুদান

সদনত লেখানুদান উত্থাপন কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে

সদনত চাৰিদিনীয়া কাৰ্য্যসূচীত উত্থাপন হ’ব এখন সংশোধনী বিধেয়কো

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এইখন হৈছে অন্তিম খন অধিবেশন

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment