অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

Cold Wave Alert: কামৰূপ (মহানগৰ) জিলাত বিদ্যালয়সমূহ ৬ জানুৱাৰীলৈ বন্ধ

On: January 2, 2026 2:07 PM
Follow Us:
---Advertisement---

প্ৰচণ্ড শীতৰ বাবে কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে সমূহ চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ক ৩১ ডিচেম্বৰ, ২০২৫ ৰ পৰা ৬ জানুৱাৰী, ২০২৬লৈ বন্ধ ৰখাৰ নিৰ্দেশনা প্ৰদান কৰিছে।

ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা আৰু স্বাস্থ্যক অগ্ৰাধিকাৰ প্ৰদান কৰি ২০২৬ চনৰ ৭ জানুৱাৰীৰ পৰা শ্ৰেণীসমূহ পুনৰ আৰম্ভ কৰা হ’ব।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment