অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন চলোৱাৰ সমৰ্থনত সামাজিক মাধ্যমত পষ্ট দি মৈৰাবাৰীত গ্ৰেপ্তাৰ এজন যুৱক।

On: December 26, 2025 2:56 PM
Follow Us:
---Advertisement---

গ্ৰেপ্তাৰ হোৱা যুৱকজন মৈৰাবাৰীৰ হাঁহচৰা গাওঁৰ বাহাৰ উদ্দিন বুলি জানিব পৰা গৈছে।

দীৰ্ঘদিনৰে পৰা সামাজিক মাধ্যমত উত্তেজনাপূৰ্ণ মন্তব্য আগবঢ়ায় আহিছিল যুৱক জনে।

ইতিমধ্যে মৈৰাবাৰীৰ ভেলৌগুৰী আৰক্ষীয়ে ৩০/২৫ নম্বৰ গোচৰ ৰুজু কৰি U/S 196(1)/299/353(1)(b)(c)/353(2)BNS যুৱক জনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ।

যুৱক জনে যুৱতীৰ নামত সামাজিক মাধ্যমত ভুৱা একাউণ্ট খুলি বিভিন্ন দেশদ্রোহী মন্তব্য আগবঢ়ায় আহিছিল ।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment