অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

ৰাজ্যৰ জনপ্ৰীয় অভিনেত্ৰিৰ দেহাবসান

On: December 23, 2025 5:58 PM
Follow Us:
---Advertisement---

মনিৰাম দেৱান (১৯৬২), প্ৰতিধ্বনি ( ১৯৬৪), ড° বেজবৰুৱা (১৯৬৯), সোণতৰা, ৰতনলাল, ককা দেউতা নাতি আৰু হাতী, মৰম তৃষ্ণা, পথাৰ আৰু জীৱন, মধুচন্দাকে ধৰি বহু ছবিত অভিনয় কৰা ৰঞ্জনা শর্মা বৰদলৈৰ বিয়োগ..

ডিব্ৰুগড়ৰ জে জে এম নামৰ ব্যক্তিগত চিকিৎসালয়ত ৮০ বছৰ বয়সত শেষ নিঃশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে।

১৯৪৮ চনৰ ৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ চিৰিং চাপৰিত জন্মগ্ৰহণ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। ৰঞ্জনা শৰ্মা বৰদলৈৰ পিতৃৰ নাম আছিল নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃৰ নাম আছিল অৰ্চনা বৰদলৈ।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment