অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

অসমৰ হৈ প্ৰথমটো ৰঞ্জী ট্ৰফীত অংশগ্ৰহণ কৰা স্বনামধন্য ক্ৰিকেটাৰ মৃত্যু

On: December 20, 2025 2:16 PM
Follow Us:
---Advertisement---

অসমৰ হৈ প্ৰথমটো ৰঞ্জী ট্ৰফীত অংশগ্ৰহণ কৰা স্বনামধন্য ক্ৰিকেটাৰ আজীৱন ক্ৰীড়া প্ৰেমী নৱ কমল ভূঞাদেৱৰ 98 বছৰ বয়সত শণিবাৰে পুৱা চেন্নাইত পৰলোকপ্ৰাপ্তি ঘটে।

উল্লেখযোগ্য যে অসমৰ হৈ তেখেতে প্ৰথম খন ৰঞ্জী মেচত যোৰহাট ষ্টেডিয়ামত হোলকাৰ ষ্টেটৰ বিৰুদ্ধে প্ৰথমটো ৰাণ কৰি ইতিহাস সৃষ্টি কৰি থৈ গৈছে।

অসমত 40 আৰু 50 ৰ দশকত ক্ৰিকেটৰ পৰিৱেশ সৃষ্টিত তেখেতৰ অনবদ্য অৰিহণা আছে।
তেখেতৰ মৃত্যুত বিভিন্ন ক্ৰীড়া সংগঠন আৰু যোৰহাট জিলাৰ ক্ৰীড়া সন্থাই গভীৰ শোক প্ৰকাশ কৰে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment