অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

দুদিনীয়া ভ্ৰমন সূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

On: November 16, 2025 1:46 PM
Follow Us:
---Advertisement---

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া কাৰ্যসূচীৰে ভূটানত উপস্থিত (১১-১২ নৱেম্বৰ, ২০২৫) হৈছে। এই ভ্ৰমণৰ মূল উদ্দেশ্য হৈছে দুয়োখন দেশৰ মাজৰ বিশেষ বন্ধুত্ব আৰু সহযোগিতাৰ সম্পৰ্ক অধিক শক্তিশালী কৰা।

ভ্ৰমণৰ সময়ত তেওঁ ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু প্ৰধানমন্ত্ৰী ছেৰিং টোবগেক সাক্ষাৎ কৰিব। মোদীয়ে ভাৰত-ভূটানৰ যুটীয়া প্ৰচেষ্টাত নিৰ্মাণ কৰা ১০২০ মেগাৱাটৰ পুনাছাংছু-২ জলবিদ্যুৎ প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।

লগতে, তেওঁ ভূটানৰ চতুৰ্থ ৰজা জিগমে সিংগে ৱাংচুকৰ ৭০ সংখ্যক জন্মদিনৰ অনুষ্ঠানত অংশ ল’ব। এই ভ্ৰমণে দ্বিপাক্ষিক অংশীদাৰিত্বৰ নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment