আজি ৫ নবেম্বৰ,২০২৫ তাৰিখে SBI LIFE ৰ Mega Life Mitra Meet বুলি এখনি আলোচনা চক্ৰ মঙলদৈৰ HOTEL SIDDHARTH PALACE ত অনুষ্ঠিত হয়। অনুষ্ঠানত ড৹ ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধাঞ্জলী জনোৱা হয় আৰু লগতে সদ্যপ্ৰয়াত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই অনুষ্ঠানত উপস্থিত থকা আটায়ে মায়াবীনী গীতটি সমস্বৰে পৰিবেশন কৰে।
---Advertisement---













