অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা আৰু নাই

On: November 16, 2025 2:56 PM
Follow Us:
---Advertisement---

দীৰ্ঘদিন ধৰি যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ থকা শিল্পীগৰাকীয়ে আজি, ৩ নৱেম্বৰ ২০২৫ তাৰিখে, ৫৭ বছৰ বয়সত চেন্নাইৰ এখন চিকিৎসালয়ত পুৱা ৬.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

নলবাৰীৰ পানীগাঁৱত জন্মগ্ৰহণ কৰা শৰ্মাই নিজৰ বাঁহীৰ সুৰেৰে অসমৰ সাংস্কৃতিক জগতলৈ অনবদ্য অৱদান আগবঢ়াইছিল। তেখেতৰ মৃত্যুত সাংস্কৃতিক মহলত গভীৰ শোকৰ ছাঁ পৰিছে। তেওঁৰ বিয়োগ অসমীয়া সংগীতৰ বাবে এক অপূৰণীয় ক্ষতি।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment