আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ৰিজাৰ্ভ নীতি ঘোষণাৰ পাছত আজি বৃহস্পতিবাৰে মাল্টি কমোডিটি এক্সচেইঞ্জ অফ ইণ্ডিয়া (MCX) ত সোণৰ মূল্য যথেষ্ট হ্ৰাস পায়। ৰূপৰ মূল্যও এক শতাংশতকৈ অধিক হ্ৰাস পায়।
MCX ত সোণৰ যোৱাকালিৰ বজাৰ সামৰণি দৰ ₹1,20,666 ৰ বিপৰীতে ১.২৭% হ্ৰাস হৈ প্ৰতি ১০ গ্ৰামত ₹1,19,125 ত আজি মুকলি হয়। আনহাতে, ৰূপৰ যোৱাকালিৰ বজাৰ সামৰণি দৰ ₹1,46,081 ৰ বিপৰীতে ০.৪% হ্ৰাস হৈ প্ৰতি কিলোগ্ৰামত ₹1,45,498 ত মুকলি হয়।
ভাৰতীয় MCX বজাৰত হ্ৰাস সোণৰ মূল্য
By WPN Report
On: November 16, 2025 3:12 PM

---Advertisement---












