ইউ জি চি এ দেশৰ ২২ খন বিশ্ববিদ্যালয়ক ভুৱা বুলি চিহ্নিত কৰিছে । আয়োগৰ ৱেবছাইটত এই তালিকা প্ৰকাশ পাইছে । ইয়াৰে দিল্লীত ১০ খন, উত্তৰ প্ৰদেশত ৪ খন, পশ্চিম বংগ ২খন, কেৰেলা ২খন, অন্ধ্ৰপ্ৰদেশত ২ খন, মহাৰাষ্ট্ৰ ১খন, পুডুচেৰীত ১ খন।