অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

“ৰৈ ৰৈ বিনালে” ছবিগৃহত শুভ মুক্তিৰ পূৰ্বেই অভিলেখ

On: November 16, 2025 3:31 PM
Follow Us:
---Advertisement---
ৰৈ ৰৈ বিনালে "ৰৈ ৰৈ বিনালে" ছবিগৃহত শুভ মুক্তিৰ পূৰ্বেই অভিলেখ

“ৰৈ ৰৈ বিনালে” ছ্বি গৃহ্ত শুভ মুক্তিৰ পূৰ্বেই ধুমুহাৰ গতিত যাত্ৰা । এঘন্টাতেই ৫.৫০ লাখ টিকটৰ অগ্ৰিম বুকিং । Book My Show ত পাবলৈ নাই প্ৰবেশ পত্ৰ। দৰ্শকৰ পাৰ ভঙ্গা উছাহৰ প্ৰতি সহাৰি জনাই অসমৰ বহু চিনেমা হʼলে ৰাতিপুৱা ৬ বজাতেই আৰম্ভ কৰিব প্ৰদৰ্শনি ।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment