অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

ভুৱা বিশ্ববিদ্যালয়

On: November 16, 2025 3:25 PM
Follow Us:
---Advertisement---
Fake University ভুৱা বিশ্ববিদ্যালয়

ইউ জি চি এ দেশৰ ২২ খন বিশ্ববিদ্যালয়ক ভুৱা বুলি চিহ্নিত কৰিছে । আয়োগৰ ৱেবছাইটত এই তালিকা প্ৰকাশ পাইছে । ইয়াৰে দিল্লীত ১০ খন, উত্তৰ প্ৰদেশত ৪ খন, পশ্চিম বংগ ২খন, কেৰেলা ২খন, অন্ধ্ৰপ্ৰদেশত ২ খন, মহাৰাষ্ট্ৰ ১খন, পুডুচেৰীত ১ খন।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment