অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

ভাৰত অষ্ট্ৰেলিয়াৰ মাজৰ ৫ খন T-20 মেচৰ সময়সূচী ঘোষণা

On: November 16, 2025 3:33 PM
Follow Us:
---Advertisement---

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা তিনি খন এদিনীয়া শৃংখলাৰ শেষত অহা ২৯ অক্টোবৰত আৰম্ভ হব T-20 শৃংখলা। ভাৰতৰ T-20 শৃংখলাৰ অধিনায়ক হব সূৰ্যকুমাৰ যাদৱ।

T-20 মেচৰ সময়সূচী

প্ৰথম মেচ – ২৯ অক্টোবৰ, কেনবেৰা
দ্বিতীয় মেচ – ৩১ অক্টোবৰ, মেলবৰ্ণ
তৃতীয় মেচ – ২ নবেম্বৰ, হ’বাৰ্ট
চতুৰ্থ মেচ – ৬ নবেম্বৰ, গ’ল্ড কোষ্ট
পঞ্চম মেচ – ৮ নবেম্বৰ, ব্ৰিচবেন

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment