দৰং জিলা প্ৰশাসনৰ উদ্যোগত মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ চতুৰ্দ্দশ মৃত্যু বাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কণ কণ শিশুৰ পৰা আবাল- বৃদ্ধ-বনিতা সকলোৰে কণ্ঠত সমস্বৰে নিগৰিত হ’ল ড০ ভূপেন হাজৰিকাৰ’ মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে ‘ শীৰ্ষক গীতটোৰ লগতে তেওঁৰ দ্বাৰা ৰচিত আন কেবাটাও কালজয়ী গীত !!
দৰং জিলা প্ৰসাশনৰ উদ্যোগত সুধাকণ্ঠৰ চতুৰ্দ্দশ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান
By WPN Report
On: November 16, 2025 2:37 PM

---Advertisement---









