অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

জুবিন ক্ষেত্ৰত প্ৰবেশৰ সময়সীমা বৃদ্ধি: অনুৰাগীলৈ মাননীয় মুখ্যমন্ত্ৰীৰ সহাঁৰি

On: November 16, 2025 3:35 PM
Follow Us:
---Advertisement---

অনুৰাগী তথা অসম জুবিন গাৰ্গ ফেন ক্লাবৰ দাবীৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন ক্ষেত্ৰত জনসাধাৰণৰ প্ৰবেশৰ সময় সীমা বৃদ্ধি কৰিছে। যদিও ফেন ক্লাবে নিশা ১২ বজালৈ ক্ষেত্ৰখন খোলা ৰাখিবলৈ অনুৰোধ কৰিছিল, নিশা ১১বজালৈকে অনুৰাগীয়ে ক্ষেত্ৰখনত প্ৰবেশ কৰিব পাৰিব।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment