অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

গীতা জ্ঞানৰ অমৃত

On: November 16, 2025 3:25 PM
Follow Us:
---Advertisement---
bhagavad gita গীতা জ্ঞানৰ অমৃত

চীনৰ ৰাজধানী বেইজিঙত অৱস্থিত ভাৰতীয় দূতাবাসত ২৭ অক্টোবৰত আয়োজিত ʼসংগম-ভাৰতীয় দাৰ্শনিক পৰম্পৰাৰ সংগমʼ শীৰ্ষক এক অনুষ্ঠানত চীনৰ অধ্য়াপক ছান বাওচাঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি গীতাক জ্ঞানৰ অমৃত হিচাপে মন্তব্য কৰে । এইগৰাকী চীনা পণ্ডিতে ভাগৱত গীতাক চীনা ভাষালৈ অনুবাদ কৰি চৰ্চা লাভ কৰিছে ।

Join WhatsApp

Join Now

Join Telegram

Join Now

Read More

Leave a comment