অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

আসন্ন বিহাৰ বিধানসভা নিৰ্বাচনৰ জনমত সমীক্ষা

On: November 16, 2025 3:02 PM
Follow Us:
---Advertisement---

আসন্ন বিহাৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ ২৪৩ খন বিধানসভা আসনৰ বাবে ৬ নৱেম্বৰ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত ভোটদান অনুষ্ঠিত হ’ব। প্ৰাৰ্থীসকলৰ ভাগ্য ১৪ নৱেম্বৰত নিৰ্ণিত হ’ব।
এক সমীক্ষা অনুসৰি তেজস্বী যাদৱৰ আৰজেডিৰ নেতৃত্বত থকা মহাগঠবন্ধন-এ ১২৪+ আসন লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰশান্ত কিশোৰৰ নেতৃত্বত থকা জন সুৰাজ পাৰ্টিয়ে আৰু লগতে AIMIM, BSP আৰু আনসকলে মিলি ১৫ ৰ পৰা ২০ খন আসন লাভ কৰাৰ অনুমান কৰা হৈছে।
কিন্তু বৰ্তমান ক্ষমতাত থকা বিজেপি আৰু জেডি(ইউ) নেতৃত্বাধীন NDA-এ মাত্ৰ ৯৮+ পাব বুলি সমীক্ষাত প্ৰকাশ।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment