অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

আপুনি AADHAAR কাৰ্ডৰ সৈতে PAN কাৰ্ড লিঙ্ক কৰিলেনে?

On: November 16, 2025 2:54 PM
Follow Us:
---Advertisement---

যদিহে আপুনি আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ড লিংক কৰা নাই তেন্তে আপোনাৰ পেন কাৰ্ডখন নিষ্ক্ৰিয় (inoperative) হৈ পৰিব। ৩১ ডিচেম্বৰ, ২০২৫ তাৰিখৰ ভিতৰত লিংক নকৰিলে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা ই অচল হ’ব। ইয়াৰ ফলত আয়কৰ ফাইল কৰা আৰু বেংকিং সেৱাত অসুবিধা হ’ব। সোনকালে লিংক কৰক!

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment